Profile cover photo
Profile photo
Pankaj Jyoti Mahanta
690 followers
690 followers
About
Pankaj Jyoti's posts

Post has attachment

Post has attachment

Post has attachment

Post has attachment

Post has attachment
দেখাত এতিয়াও কলেজীয়া ছাত্ৰ যেন টাওৰ কথা-বতৰা খুৱ নম্ৰ, তজবজীয়া খোজ-কাটল, সম্পূৰ্ণ প্ৰশান্তময় মুখমণ্ডল আৰু ওঁঠত লাগি থাকে মিচিকীয়া হাঁহি। তেওঁলোকৰ গোটেই পৰিয়ালটো এটা উচ্চ-শিক্ষিত পৰিয়াল। দেউতাক আছিল এজন চিকিৎসক। গণিত আৰু পদাৰ্থবিজ্ঞানৰ ছাত্ৰী মাক আছিল এগৰাকী শিক্ষয়িত্ৰী। দুজন ভায়েকৰ এজন গুগলত কৰ্মৰত। আনজন গণিত আৰু সংগীতৰ ডিগ্ৰীধাৰী, দবা চেম্পিয়ন। নাছাত কৰ্মৰত টাওৰ পত্নী এগৰাকী অভিযন্তা।

Post has attachment

Post has attachment

Post has attachment

Post has attachment
"কম্পিউটাৰ প্ৰগ্ৰেমিঙৰ বাবে সংস্কৃত আটাইতকৈ উপযুক্ত ভাষা", "মহাকাশলৈ সংস্কৃতৰ বাণী পঠিয়াবলৈ সুবিধা" আদি ধৰণৰ কিছুমান অপপ্ৰচাৰ বহুতো অন্ধবিশ্বাসী মানুহ আৰু ৰাজনৈতিক ক্ষেত্ৰৰ ধুৰন্ধৰ মানুহে চলাই থাকে।
কম্পিউটাৰ প্ৰগ্ৰেমিঙৰ বাবে প্ৰকৃততে কি প্ৰয়োজন, এই অপপ্ৰচাৰসমূহৰ মূল কাৰণ ইত্যাদি সম্পৰ্কে সকলোৱে বুজি পোৱাকৈ খুৱ সৰল ভাষাৰে তথ্যৰে সৈতে লিখিছে প্ৰগ্ৰেমাৰ উৎপল ফুকনে—

Post has attachment
Wait while more posts are being loaded