Profile cover photo
Profile photo
Assam Khobor LIVE 24X7 online news poratal
7 followers -
সত্যৰ সন্ধানত,আপোনাৰ কাষত@খবৰৰ মাজত খবৰ(WhatsAppAllAssamJournalist Group)
সত্যৰ সন্ধানত,আপোনাৰ কাষত@খবৰৰ মাজত খবৰ(WhatsAppAllAssamJournalist Group)

7 followers
About
Posts

Post has attachment
বিহালী প্ৰাক্তন ছাত্ৰ কৰ্মী সন্মিলনৰ উদ্যোগত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত বিহালীৰ প্ৰাণকেন্দ্ৰ বৰগাঙ চেন্টাৰৰ মাজমজিয়াত এক প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ ৰূপায়ন কৰা হয় । দিনৰ ১০ বজাৰ পৰা ১ বজালৈকে ৰূপায়ন হোৱা এই ধৰ্মঘট কাৰ্যসূচীৰ…
Add a comment...

Post has attachment
৪৯ গৰাকী আৰক্ষী অধীক্ষকক ৰদবদল-পদোন্নতি। অসম আৰক্ষীৰ পূব মণ্ডলৰ জি আই জিলৈ কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষক ডিএছপি গাঞ্জাৱালাক পদোন্নতি। শোণিতপুৰৰ আৰক্ষী অধীক্ষক পৃথ্বীপাল সিঙক পদোন্নতিসহ ডি আই জি (নিৰাপত্তা) পদলৈ বদলি। বিটিএডিৰ ডি আই জি পদলৈ সত্যজিত হাজৰিকাক…
Add a comment...

Post has attachment
অৱশেষত মুকলি আকাশৰ তললৈ আহিল চৰাইদেউ জিলাৰ টিমনহাবি চাহ বাগিচাৰ পৰিচালক নোমল চন্দ্ৰ বৰুৱা। সশস্ত্ৰ সংগঠন সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফা (স্বাধীন )য়ে মুকলি কৰি দিলে বৰুৱাক। আৰক্ষীসূত্ৰে জানিব পৰা মতে নগালেণ্ডৰ লুংগুৱাবস্তিত আলফাই মুকলি কৰি দিয়া বৰুৱা…
Add a comment...

Post has attachment

Post has attachment
শ্ৰেণীকোঠা এৰি ৰাজ পথত নামিল মৰাণ মহাবিদ্যালয় ছাত্ৰ-ছাত্ৰী। শিক্ষাৰ্থীসকলে ক’লা বেজ পৰিধান কৰি মহাবিদ্যালয়ৰ পৰা এক তীব্ৰ প্ৰতিবাদী সমদল যাত্ৰা উলিয়ায়। বিজেপি গ’ বেগ, নৰেন্দ্ৰ মোদী গ’ বেগ, সৰ্বানন্দ সোনোৱাল গ’ বেগ,হিমন্ত বিশ্ব শৰ্মা গ’ বেগ, আৰ এছ এছ গ’…
Add a comment...

Post has attachment
  নিউজ ডেস্কঃ ২৮ জানুৱাৰীৰ পুৱা ৯.৩০ বজাত অসম বিধান সভাৰ এখন অধিৱেশন দিছপুৰত অৱস্থিত অসম বিধান সভাৰ কক্ষত অনুষ্ঠিত হ’ব। অসম বিধান সভা সচিবালয়ৰ দ্বাৰা জাৰি কৰা এক অধিসূচনাত এই কথা প্ৰকাশ।
Add a comment...

Post has attachment
নগাঁও জিলাৰ বুঢ়াচাপৰি অভয়াৰণ্যত ডি এফ অ’ৰ গাড়ীত আক্ৰমণৰ ঘটনা সংঘটিত হয় ৷ অভয়াৰণ্যৰ লাঠিমাৰী চৰত দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰে ডি এফ অ’ জিতেন্দ্ৰ কুমাৰৰ গাড়ীত ৷ অভয়াৰণ্যত কৰ্তব্য পালন কৰি থকা অৱস্হাত দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰি লণ্ডভণ্ড কৰে ডি এফ অ’ৰ গাড়ী৷…
Add a comment...

Post has attachment
বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটা শংকৰদেৱ শিশু নিকেতনত নতুন বছৰৰ পাঠ দানৰ আগমুহুৰ্তত কুমাৰীকাটা খৈৰাবাৰীৰ নাম কীৰ্তন দলে নাম কীৰ্তন কৰি নতুন বছৰৰ উদ্বোধন কৰে। নিকেতনৰ শিক্ষক সকলে আমন্ত্ৰণ কৰি আনে খৈৰাবাৰীৰ নাম কীৰ্তন দলটিক। প্ৰায় ডেৰ…
Add a comment...

Post has attachment
অসম খবৰ,চাবুৱাঃ মানৱ সম্পদ গঢ়াৰ খনিকৰ স্বৰূপ শিক্ষকসকল সমাজৰ বাবে শ্ৰদ্ধাৰ পাত্ৰ।শিক্ষাদানৰ লগতে সমাজ খনৰ উন্নয়নৰ বাবে অহৰহ কাম কৰি ভাগৰি নপৰা শিক্ষকসকল প্ৰকৃততে সমাজপ্ৰিয় মানুহ বুলি এক নাম আছে।সমাজৰ প্ৰতিটো ক্ষেত্ৰত অৱদান আগবঢ়াই সমাজ খনক প্ৰতিষ্ঠা কৰি…
Add a comment...

Post has attachment
বেছিমাৰীৰ লাইন হোটেল এখনত ডকাইতৰ দলটোৱে বহি থকা বুলি গোপন খবৰৰ ভিত্তিত দলগাঁও আৰক্ষীয়ে কালি নিশা আটক কৰিছিল তিনিজন ডকাইতক৷ দলটোৰ পৰা প্ৰথমে আৰক্ষীয়ে এটা পিষ্টল, তিনিখন ডেগাৰ আৰু পাঁচ ৰাউন্ড গুলী উদ্ধাৰ কৰে৷ তাৰ পিছত পুণৰ আজি আন এজন ডকাইতৰ ঘৰৰ পৰা এটা হস্ত…
Add a comment...
Wait while more posts are being loaded