Profile cover photo
Profile photo
Dainik Janambhumi
35 followers -
The Assamese Daily from Janambhumi Publicatons
The Assamese Daily from Janambhumi Publicatons

35 followers
About
Dainik Janambhumi's posts

Post has attachment
মাজুলীৰ বাবে গ্ৰহণ কৰা উন্নয়নমূলক আঁচনি দেখি সন্তুষ্ট নহয় মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল। ত্রুটীপূর্ণভাৱে নির্মাণ কৰা থানাৰ দুৱাৰ মুকলি নকৰিলে মুখ্যমন্ত্রীয়ে। http://ow.ly/FXlD3093ixd 
Photo

Post has attachment
একালৰ সতীৰ্থক ক্ষুৰধাৰ সমালোচনা তৰুণ গগৈৰ- ‘হিমন্তই কাক কেতিয়া গালি পাৰিব লাগে, কাক কেতিয়া ডেগাৰ মাৰিব লাগে আৰু কেতিয়া কাৰ কোলাত বহিব লাগে সেই কথা ভালদৰে জানে'৷

Post has attachment
যোৰহাট- কাণ্ড সন্দৰ্ভত ৰাজ্যৰ জ্যেষ্ঠ মন্ত্রী চন্দ্রমোহন পাটোৱাৰী আৰু সাংসদ আৰ পি শর্মাৰ মন্তব্যত প্রতিবাদ, গৰিহণাৰে তোলপাৰ ছচিয়েল মিডিয়া। 

Post has attachment
এয়াইটো প্ৰেম...
Photo

Post has attachment
সাংস্কৃতিক ৰাজধানীত নির্লজ্জ ঘটনা...

Post has attachment
জেৰেঙাৰ উৰিল সভাৰ ১০০ খন পতাকা৷

Post has attachment
উচ্চতৰ মাধ্যমিক শিক্ষ সংসদৰ চৰম দায়িত্বজ্ঞানহীনতা: নিশা গুৱাহাটীৰ ৰাজপথত উদ্ধাৰ পৰীক্ষাৰ বাবে অনা উকা বহী। 

Post has attachment
স্বাভিমান ৰাখিলে শিৱসাগৰীয়া ৰাইজ আৰু দল- সংগঠনে। পহুখেদা দিলে পৰমানন্দ ৰাজবংশীক।

Post has attachment
কেনাম নৈৰ পাৰৰ জেৰেঙা পথাৰত সাহিত্যকাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱা ক্ষেত্র নামকৰণেৰে সভাৰ জন্মস্থান শিৱসাগৰত আজিৰ পৰা ৫দিনীয়া বর্ণাঢ্য কার্যসূচীৰে শতবর্ষীয় অধিৱেশন।

Post has attachment
Assam FM presents Rs 2,349.79 crore deficit budget
Wait while more posts are being loaded