Profile cover photo
Profile photo
sagar saurav
29 followers
29 followers
About
sagar's posts

Post has attachment
বালিচাঙত জন লেনন
যি বাটেৰে সি গুচি গ'ল কোনেও ভূ-টোকে নাপালে 'এচকেপিষ্ট' ধাৰণা এটাতে বাক-বিতৰ্কখন চলি থাকোতেই ৰাতিৰ ৰেলত আমি বিশ্বনাথ পালোহি মাদলৰৰ মাতটোৰ মাজে মাজে দূৰৈৰ গাঁ‌ওখনিৰ পৰা ভাঁ‌হি আহিছে ঝুমুৰৰ কৰুণ সুৰ চিমকাৰ্ড এখনত আঁ‌উজি থকা বেপাৰীজনে হোৰ্ডিং এখনৰ পৰা নামি আহি ...

Post has attachment
**
কোট সিদিনা কফি একাপৰ সৈতে বেলকনিত বহি থাকোঁতে হঠাৎ মেচেজটো পালোঁ ৰেইন ডেন্স গ্ৰীনলেণ্ড ৰুফটপ ৰিপৰ্টিঙ টাইম চেভেন পি এম জিকমিক সন্ধিয়াটোৰ দৰে কিবা এটা মনৰ মাজতো অতসময়ে নজনাৰ ভাও ধৰি মোৰ কোটটোকে বিচাৰি থাকিলোঁ বাকী সময়ত মনত নপৰিলেও পাৰ্টী বুলিলেই প্ৰথম মই কোট...

Post has attachment
জীয়াভৰলীত বনভোজ
এদিন সেমেকা বতৰত আমি জীয়াভৰলীত বনভোজ খাবলৈ বহিলোঁ জুৰিলি বতাহত নাচি উঠিল নৈৰ দুপাৰ বিয়েৰৰ বটলটো খুলি দিওঁতে হোৱা বুৰবুৰণিটো আওকাণ কৰি আমি ঢোকাঢোকে গিলিলোঁ মূৰ পাক খাই যোৱা নিচাতো অলেখ বুৰবুৰণি ভাবত মতলীয়া হৈ খালি বটলকেইটাকে ঝুনঝুনাই আমি দেও পাৰি নাচিলোঁ নাচ...

Post has attachment
জুই
খিৰিকীৰ সুৰংগ এটাৰে চটফটাই চটফটাই ৰাতিপুৱাতে চকুযুৰি যিমান দূৰলৈকে
গুছি যায় ঠিক তাৰ পৰাই আৰু এহাত মেলি দিলেই অনায়াসে সকলো সুন্দৰ মাথোঁ কুঁৱলীৰ সৈতে ঠেলা-বগৰা খেলি খেলি আহি থকা সূৰুযে সেই কথা মানি ল ’ ব নোখোজে সূৰুয আমাৰ গাৱৰে মোৰ সহপাঠী সূৰুযে ভাল পাইছিল নী...

Post has attachment
ৰঘুমলা
এঢোক-দুঢোক ঢোকা-ঢোকে
গিলি ফুট-গধূলিতে
সি ক ’ লেনো যায় পূৰ্ণিমাৰ
কামিহাঁড় কিমান ঠুনুকা দুহাতেৰে
জুখি জুখি চায় মৰাশৰ
দৰে মাত এটাই বাৰে
বাৰে সকীয়ায় তিৰিৰ
বিয়ন মুনিহৰ
ৰণ কোনেনো
ভাবি চায় কাঠৰ
টিকা পাৰ হ’লেই ৰঘুমলাক
পায় আই-ঐ
দেহি-ঐ বুলি আউলী-বাউলী
জনী হৈ গাতে
জঁ...

Post has attachment

Post has attachment

Post has attachment
পৰিসীমা
পৰিসীমা এইখিনিতে  ঠিক এইখিনিতে ঘাটজালখন আছিল সোঁতৰ পৰা ৰূপাহী মাছবোৰক জিয়নাখনলৈ তুলি তাৰ বিহুফাঁকি লোহিতমুখৰ ফালে গৈ আছিল সৌ সিদিনালৈকে… তেতিয়াতেই ঘূ - ঘ্ৰাণে ওলাইছিল কথাটো সুঁতিটো সেইফালে বোৱাই নিয়াৰ এইখিনিতে  ঠিক এইখিনিতে তাক পোতা হৈছিল বিয়াৰ আগতেই বিধবা...

Post has attachment
Photo

Post has attachment
Wait while more posts are being loaded