Profile cover photo
Profile photo
নীলা চৰাই
36 followers -
মই তোৰ গানৰ চৰাই, মই তোৰ প্ৰাণৰ চৰাই! আলফুল হৃদয়ত মই তোৰ প্ৰেমৰ চৰাই।
মই তোৰ গানৰ চৰাই, মই তোৰ প্ৰাণৰ চৰাই! আলফুল হৃদয়ত মই তোৰ প্ৰেমৰ চৰাই।

36 followers
About
Posts

Post has attachment
মৃত্যুৰ আগজাননী দিয়া বুলি অপবাদ পোৱা ফেঁচাৰ বৰ্তমান নিজৰ জীৱনলৈয়ে শংকা আহি পৰিছে মানু্হৰ অন্ধবিশ্বাসৰ ফলস্বৰূপে৷ শেহতীয়া তথ্য অনুসৰি ভাৰতৰ বিভিন্ন ঠাইত অন্ধবিশ্বাসৰ বলি হৈ মৃত্যুমুখত পৰা ফেঁচাৰ সংখ্যা বৃদ্ধি পাইছে৷... জলি বৰাৰ প্ৰবন্ধ: http://n.nilacharai.com/3uegz
Add a comment...

Post has attachment
মৃত্যুৰ আগজাননী দিয়া বুলি অপবাদ পোৱা ফেঁচাৰ বৰ্তমান নিজৰ জীৱনলৈয়ে শংকা আহি পৰিছে মানু্হৰ অন্ধবিশ্বাসৰ ফলস্বৰূপে৷ শেহতীয়া তথ্য অনুসৰি ভাৰতৰ বিভিন্ন ঠাইত অন্ধবিশ্বাসৰ বলি হৈ মৃত্যুমুখত পৰা ফেঁচাৰ সংখ্যা বৃদ্ধি পাইছে৷... জলি বৰাৰ প্ৰবন্ধ: http://n.nilacharai.com/83344
Add a comment...

Post has attachment
বর্তমান স্বাস্থ্য বিজ্ঞানীসকলক আলোড়িত কৰি থকা চাহৰ সৱাতোকৈ গুৰুত্বপূর্ণ ঔষধি গুণটোৱেই হ’ল— চাহৰ কেন্সাৰ প্ৰতিৰোধী ক্ষমতা।... ডঃ গকুল গোস্বামীৰ আলোকপাত: https://nilacharai.com/tea-and-health-gakul-goswami/
Add a comment...

Post has attachment

Post has attachment
ভাৰত-পাক সম্পৰ্ক উন্নত কৰিবলৈ এবাৰ দেশৰ তদানীন্তন প্রধানমন্ত্ৰী অটলবিহাৰী বাজপায়ীৰ উদ্যোগত বাছ এখন দিল্লীৰ পৰা লাহোৰলৈ অহাযোৱা কৰিছিল। এইফালৰ পৰা যাওঁতে বাজপায়ীয়ে লগত লৈ গৈছিল দুটি বিশিষ্ট কণ্ঠ— ভূপেন হাজৰিকা আৰু জগজিৎ সিঙক।... http://n.nilacharai.com/udwme
Add a comment...

Post has attachment
উপ ৰাষ্ট্রপতি আল গ’ৰেই প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীক আপ্যায়িত কৰা ভোজমেলত ৰাষ্ট্রপতি কেনেডীৰ উদ্ধৃতি দিছিল— “If more politicians knew poetry, and more poets knew politics, I am convinced the world would be a little better place in which to live.” http://n.nilacharai.com/32wq5
Add a comment...

Post has attachment
ইয়াৰ গীত-পদসমূহ বিশ্লেষণ কৰিলে স্পষ্টভাৱে ক’ব পাৰি যে এইবিধ ওজাপালিৰ ইতিহাস শংকৰ-যুগৰ পৰা আৰম্ভ হৈছে। শংকৰদেৱৰ জীৱিত কালত বৰদোৱাৰ পৰা পাটবাউসীলৈকে ওজা কীৰ্তন বা হৰি কীৰ্তন চলিছিল বুলি ‘গুৰুচৰিত কথা’ত উল্লেখ আছে।... উপাসনা মহন্তৰ আলোচনা: http://n.nilacharai.com/cwc60
Add a comment...

Post has attachment
...ৰাতি হাবিয়ে গাব জানে নৈৰ কবিতা
আওৰাই আওৰাই টোপনি যায়
বিষাদৰ বিয়োগ নেওতা... | মনজিৎ বৰাৰ কবিতা: http://n.nilacharai.com/fan3d
Add a comment...

Post has attachment
স্বপ্ন, বাস্তৱ আৰু মানৱীয় আবেগৰ মাজত সম্পর্ক গঢ়া অথবা ভঙা আৰু সেই পটভূমিত জীৱনক জুখি চোৱাৰ এক প্রয়াসেৰে ৰচিত ডঃ ভবেন্দ্রনাথ শইকীয়াৰ ‘এজাক জোনাকীৰ জিলমিল’ নাটকখন ১০ আগষ্ট (২০১৮) তাৰিখে মঞ্চস্থ হৈছিল কলাক্ষেত্ৰৰ শ্ৰীশ্রীমাধৱদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত: http://n.nilacharai.com/sl1uc
Add a comment...

Post has attachment
মুক্ত অৰ্থনীতিয়ে ভাৰতৰ দৰে তৃতীয় বিশ্বৰ দেশবোৰতো ব্যক্তিকেন্দ্ৰিকতা আৰু ভোগবাদ বিয়পাই দিছে৷ মানুহৰ পৰস্পৰৰ মাজত বিচ্ছিন্নতা বাঢ়িছে৷ সামাজিকভাবে মানুহ হতাশা আৰু বিৰাগবাদত নিমজ্জিত হৈছে৷... ৰক্তিম শৰ্মাৰ আলোচনা: http://n.nilacharai.com/v7e55
Add a comment...
Wait while more posts are being loaded